Nagaon police encounter: কীৰ্তিকমল এনকাউন্টাৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ

By

Published : Jan 28, 2022, 11:44 AM IST

thumbnail

কীৰ্তিকমল এনকাউণ্টাৰ সন্দৰ্ভত আৰম্ভ শুনানি(Public hearing of Kirtikamal Bora encounter) । নগাঁৱত উপস্থিত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ । পুৱাৰ পৰা গ্ৰহণ কৰিছে ঘটনাত জড়িত আৰক্ষীৰ ভাষ্য । দুপৰীয়া দুই বজাৰ পৰা গ্ৰহণ কৰিব স্থানীয় লোকৰ ভাষ্য । শনিবাৰে সন্ধিয়া আৰক্ষীৰ গুলীত আহত হৈছিল কীৰ্তিকমল বৰা নামৰ এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা(Student Leader Shot by Police in Nagaon) । ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল তদন্ত । সেইমৰ্মে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে আৰম্ভ কৰিছে তদন্ত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.