নিশা ডিব্ৰুগড় আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ’ল এ টি এম চোৰ

By

Published : Jan 10, 2022, 9:19 PM IST

thumbnail

নৈশ সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যত চলিছে চুৰি কাণ্ড । ডিব্ৰুগড়ৰ চাবুৱাত পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত হৈছে এই ঘটনা। চাবুৱাৰ এম এইচ তিনিআলিত থকা এ টি এমত বিতু ভূমিজ নামৰ চোৰটোৱে মুখত কাপোৰ বান্ধি হাতত চোকা অস্ত্ৰ লৈ প্ৰৱেশ কৰি লুটপাত(ATM thief at Chabua) চলাই থকা সময়তে আৰক্ষীয়ে দুই জাঁই গুলীচালনা কৰে (police shot ATM thief in Chabua)। আৰক্ষীৰ গুলী চালনাত বাওঁ ভৰিত গুলীবিদ্ধ চোৰটোক ততাতৈয়াকৈ এ এম চিৰ অস্থি শৈল্য বিভাগত চিকিৎসাধীন কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.