পক্ষী হত্যা কৰি কাণত ধৰি উঠ-বহ কৰিলে দুৰ্বৃত্তই

By

Published : Oct 4, 2021, 10:03 PM IST

thumbnail

কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে দুষ্প্ৰাপ্য পক্ষী কুলৰ নিধন যজ্ঞ । নিৰ্বিচাৰে দুষ্প্ৰাপ্য চৰাই চিকাৰ কৰিছে একাংশ চোৰাং চিকাৰীৰ দলে । এই সন্দৰ্ভত নিৰ্বিকাৰ বন বিভাগ । জিলাখনৰ আদমটিলা এলেকাৰ একাংশ সচেতন ৰাইজে চোৰাং চিকাৰীৰ গতি বিধি প্ৰত্যক্ষ কৰি তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছে মৃত বহু চৰাই । ইয়াৰ পিছত ৰাইজে চিকাৰীক আঁঠু কঢ়াই উঠ-বহ কৰোৱাও দেখা গ’ল ৷ সবিশেষ চাওঁ আহক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.