Jnanpith Award : জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনলৈ ইমৰান শ্বাহৰ ধন্যবাদ

By

Published : Dec 7, 2021, 10:39 PM IST

thumbnail

কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা (Jnanpith Award to Prominent Poet Nilmani Phookan) প্ৰদানক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ইমাৰান শ্বাহে (Padma Shri Imran Shah)। তেওঁ কয়, ‘‘অতি যোগ্য এজন ব্যক্তিক জ্ঞানপীঠ বঁটা দিয়া হ'ল । মই অতি আনন্দিত । মই ভাবো, আমাৰ বিশ্ব শ্ৰেষ্ঠ কবি সকলৰ ভিতৰত নীলমণি ফুকন অন্যতম । এই সন্মান দিয়াৰ বাবে আমি সকলো গৌৰৱান্বিত । বিশেষকৈ মই অতি আনন্দিত । নীলমণি ফুকন মোৰ বন্ধু । ধন্যবাদ নীলমণি ফুকন । মই আশা কৰো ফুকনলৈ দিয়া এই স্বীকৃতিয়ে নতুনকৈ অসমীয়া জাতি, অসমীয়া সাহিত্যৰ বিষয়ে চিন্তা কৰিবলৈ প্ৰেৰণা যোগাব’’ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.