গৰুখুটি কাণ্ড : আৰক্ষী অধীক্ষক আৰু পদ্ম হাজৰিকাৰ মন্তব্য

By

Published : Sep 23, 2021, 8:43 PM IST

thumbnail

বৃহস্পতিবাৰৰ দৰঙৰ গৰুখুটিৰ উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত মন্তব্য আগবঢ়ালে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ এচাম লোকে পৰিকল্পিতভাৱে আৰক্ষীৰ উচ্ছেদ অভিযানক বাধা দি এনে পৰিস্থিতিৰ সৃষ্টি কৰাৰ কথা মন্তব্য কৰিলে বিধায়ক হাজৰিকাই ৷ ইয়াৰোপৰি প্ৰকল্পটো সন্দৰ্ভত ইতিবাচক ভাব প্ৰকাশ কৰিলে হাজৰিকাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.