শিৱসাগৰৰ দিচাং মাজগাঁৱত টেংকাৰ বিস্ফোৰণ

By

Published : Feb 2, 2022, 11:11 AM IST

thumbnail

শিৱসাগৰ জিলাৰ দিচাং মাজগাঁও অঞ্চলত অৱস্থিত মা অটো ম’বাইলছ নামৰ ৱেলডিং প্ৰতিষ্ঠানটোত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ(Oil tanker blast at Sivasagar) ৷ ৱেলডিং প্ৰতিষ্ঠানটোত AS04 AC 3124 নম্বৰৰ এখন টেংকাৰ ৱেল্ডিং কৰি থকা অৱস্থাত সংঘটিত হয় এই বিস্ফোৰণ ৷ এই বিস্ফোৰণত গেৰেজটোৰ কৰ্মচাৰী আব্দুল ৰহিম ওৰফে বাবুল আলী আৰু টেংকাৰখনৰ চালক ৰূপম গগৈ গুৰুতৰভাৱে আহত হয় ৷ আহত লোককেইজনক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.