মাজুলীত চিকিৎসক বিক্ৰমজিৎ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

By

Published : Sep 14, 2021, 9:42 PM IST

thumbnail

চলিত মাহৰ ৮ ছেপ্তেম্বৰত নিমাতীঘাটৰ লুইতৰ বুকুত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছিল । সেই দুৰ্ঘটনাটোৰ ফলত নিৰুদ্দেশ হৈ আছিল চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা ৷ অৱশেষত মঙলবাৰে পুৱা চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হয় ৷ উল্লেখযোগ্য যে, মাজুলীৰ গড়মূৰ চিকিৎসালয়ত 7 বছৰো অধিক সসময় চিকিৎসা সেৱা আগবঢ়াই আহিছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱাই ৷ মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে গড়মূৰ চিকিৎসালয়ত এক শোকাকুল পৰিৱেশে বিজাৰ কৰে ৷ একেদৰে চিকিৎসক গৰাকীৰ প্ৰতি মাজুলীৰ ব্যৱসায় সন্থাই শ্ৰদ্ধাঞ্জলি জনোৱা দেখা যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.