প্ৰিয়কা গান্ধীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Oct 5, 2021, 10:14 PM IST

thumbnail

মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ মৰিগাঁও জিলা কংগ্ৰেছৰ ৷ প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত প্ৰতিবাদ মৰিগাঁও জিলা কংগ্ৰেছৰ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাকে ধৰি কংগ্ৰেছৰ বহুকেইজন নেতা-কৰ্মীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.