সমষ্টিবাসীক লৈ আত্মবিশ্বাসী বিধায়ক প্ৰশান্ত ফুকন
Published on: Mar 11, 2021, 7:30 AM IST |
Updated on: Mar 11, 2021, 9:00 AM IST
Updated on: Mar 11, 2021, 9:00 AM IST

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত জনতাৰ পদুলিয়ে-পদুলিয়ে ঘূৰিছে জনপ্ৰতিনিধি ৷ ব্যতিক্ৰম নহয় ডিব্ৰুগড় সমষ্টিৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন ৷ পুনৰবাৰ দলীয় টিকট লাভ কৰি নিৰ্বাচনী ৰণলৈ সাজু হৈছে বিধায়কগৰাকী ৷ যোৱা 15টা বছৰেই বিধায়কগৰাকীয়ে লাভ কৰি আহিছে ডিব্ৰুগড়বাসীৰ বিপুল সঁহাৰি ৷ ইটিভি ভাৰতৰ আগত প্ৰশান্ত ফুকনে আত্মবিশ্বাসেৰে ক'লে এইবাৰ 40হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হ'ম ৷
Loading...