অখিল গগৈক ভোট দি ভুল কৰিছিল নেকি শিৱসাগৰ বাসীয়ে ?

By

Published : Oct 18, 2021, 4:21 PM IST

thumbnail

ৰাইজৰ দলৰ সভাপতি অখিল গগৈক পুনৰ তীব্র সমালোচনাৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী পিযুষ হাজৰিকাই। দেওবাৰে সন্ধিয়া তিতাবৰত উপস্থিত হৈ মন্ত্ৰী পিযুষ হাজৰিকাই অখিল গগৈক হতাশগ্ৰস্ত নেতা বুলি অভিহিত কৰে । উপ-নিৰ্বাচনৰ পাচতে ৰাইজৰ দলৰ কোনো নেতা অসমত ওলাব নোৱাৰা অৱস্থা হ'ব বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে । অখিল গগৈক ভোট দি শিৱসাগৰৰ মানুহে এতিয়া নিজৰ ভুল উপলব্ধি কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.