ৰাজনীতিৰ দৰে ধাক বজোৱাতো পাকৈত মন্ত্ৰী অতুল বৰা

By

Published : Oct 13, 2021, 9:06 PM IST

thumbnail

ক’ভিড পৰিস্থিতিত জন সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা বোকাখাতৰ এখন বিশেষ পূজা । আজি মহাষ্টমী । ধাক ঢোলৰ মাতত মুখৰিত পূজাস্থলী । বোকাখাতৰ মেঠনি চাহ বাগিছাৰ পূজা মণ্ডপত দেৱীক তুষ্ট কৰিবলৈ মন্ত্ৰী অতুল বৰা বজালে ধাক ৷ ১০৫ বছৰ গৰকা মেথনি পূজা মণ্ডপত এইবাৰ ক'ৰণা ৰোগৰ সজাগতৰ বাবে বিশেষ আৰ্হিৰে নিৰ্মাণ কৰিছে ক'ৰণাৰ ভেকচিন । ক’ভিডক প্ৰতিহত কৰিবৰ বাবে ল’বলগীয়া সাৱধানতা প্ৰতীকি ৰূপত ডাঙি ধৰাৰ চেষ্টা কৰিছে । ভেকচিনৰ গ্ৰহণৰ দ্বাৰা ক’ভিডক প্ৰতিহত কৰিব পাৰি ৷ সেই বাণীকে প্ৰচাৰ চলাই মেঠনি বাগিছা পূজা উদযাপন সমিতিয়ে প্ৰসংসা বুটলিবলৈ সক্ষম হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.