কৰ’ণাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৰ কাষত মন্ত্ৰী অশোক সিংঘাল

By

Published : Sep 30, 2021, 10:31 AM IST

thumbnail

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগন্তুক দুই-তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰিব চৰকাৰে ৷ সেয়েহে হিতাধিকাৰীৰ কাষে কাষে উপস্থিত হৈছে চৰকাৰৰ মন্ত্ৰী-বিধায়কসমূহ ৷ লখিমপুৰতো বুধবাৰে অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, অটল অমৃত অভিযান আদি চৰকাৰী আঁচনি লাভ কৰা আৰু ক’ভিড 19(Covid 19)ত প্ৰাণ হেৰুওৱা 6 টাকৈ পৰিয়ালৰ কাষত ঠিয় দিয়ে ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল(Ashok Singhal) ৷ পৰিয়ালৰ কেইটাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ প্ৰাপ্যখিনি শীঘ্ৰে লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ চৰকাৰে কৰা ভাল কামসমূহৰ পৰিদৰ্শন কৰি তেওঁ কয় যে, চৰকাৰ কেতিয়াও গণ বিচ্ছিন্ন হ’ব নোৱাৰে । ৰাইজৰ লগত সদায়েই চৰকাৰ থাকিব আৰু ৰাইজ চৰকাৰৰ নেপথ্য শক্তি হৈ থাকিব । চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.