ৰাজপথত কিয় নামিল maxi cab association ?

By

Published : Sep 12, 2021, 10:19 AM IST

thumbnail

ব্যক্তিগত খণ্ডৰ বাহনসমূহে চলনাৰে ভাড়া মৰাৰ বিৰুদ্ধে উত্থাপন অভিযোগ ৷ যাৰ ফলত লোকচানৰ সন্মুখীন হৈছে Maxi Cab ৰ গাড়ীচালকসকল ৷ কিয়নো অধিকাংশ স্থানীয় চালকৰে আছে বহিৰাজ্যত গাড়ী চলোৱাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ ৷ ৰাজ্যত লক ডাউন প্ৰত্যাহাৰ কৰাৰ লগে লগে সংস্থাটোৰ চালকসকলৰ সন্মুখত একপ্ৰকাৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে ব্যক্তিগত খণ্ডৰ চালকৰ দপদপনি ৷ বাৰে বাৰে প্ৰশাসন তথা পৰিবহন বিভাগক(Transport Department) স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাচতো কোনো সুফল লাভ নকৰাৰ বাবে সংস্থাটোৰ কৰ্মকৰ্তাসকলে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ শীঘ্ৰে প্ৰশাসনে ব্যক্তিগত খণ্ডৰ বাহনৰ অতপালি ৰোধ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছ কৰিমগঞ্জৰ মেক্সি কেব এছ’চিয়েশ্বনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.