হোজাইৰ টেলিবস্তিত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Sep 28, 2021, 9:18 AM IST

thumbnail

হোজাই জিলাৰ টেলিবস্তিত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । এখন ডেকৰেটৰৰ দোকানৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় তিনি লক্ষাধিক টকাৰ মূল্যৰ সামগ্ৰী । গুদামটোৰ স্বত্বাধিকাৰী নীতিশ দাস বুলি জানিব পৰা হৈছে । বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.