বিহালীত বন্য হস্তীৰ উপদ্ৰৱ; তহিলং ১০০ বিঘাৰো অধিক ধান খেতি

By

Published : Oct 17, 2021, 10:50 PM IST

thumbnail

বিহালীত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । বিগত এটা সপ্তাহে প্ৰায় ৭০/৮০ টা বনৰীয়া হাতীয়ে বিহালীৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি শ শ কৃষি ভূমি নষ্ট কৰা লগতে ধান খাই কৰিছে তহিলং ৷ ফলত অতিষ্ঠ হৈ পৰিছে এতিয়া বিহালীবাসী ৷ ওৰে নিশা স্থানীয় ৰাইজে হাতী জাকটো খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও বন বিভাগৰ পৰা কোনো সহায় নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.