মহা অষ্টমী : জালুগুটি সাৰ্বজনীন পূজা মন্দিৰ প্ৰাংগণত ভক্তৰ ভিৰ

By

Published : Oct 13, 2021, 12:59 PM IST

thumbnail

মহা অষ্টমীত দুৰ্গতিনাশিনীৰ আশীৰ্বাদ বিচাৰি জালুগুটি সাৰ্বজনীন পূজা মন্দিৰ প্ৰাংগণত ভক্তৰ ভিৰ ৷ পুৱাৰে পৰা হাতে হাতে ধূপ, শৰাই, শলিতা, নৈবেদ্য লৈ ভক্তই ভিৰ কৰিছে মৰিগাঁৱৰ শতবৰ্ষ গৰকা এই পূজাথলীত ৷ চৰকাৰী প্ৰট'কল মানি সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে পূজা অনুষ্ঠিত কৰিছে আয়োজক সমিতিয়ে ৷ উৰুলি, মন্ত্ৰোচাৰণ, ঢাক-ঢোলৰ ছন্দোবদ্ধ ধ্বনিত মুখৰিত হৈছে জালুগুটি সাৰ্বজনীন পূজা মন্দিৰ প্ৰাংগণ ৷ চাওক মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.