সমাগত দুৰ্গোৎসৱ : মহানগৰীৰ ফাঁচী বজাৰত নাই গ্ৰাহকৰ ভিৰ

By

Published : Sep 30, 2021, 7:22 AM IST

Updated : Sep 30, 2021, 10:17 AM IST

thumbnail

শাৰদীয় উৎসৱ দুৰ্গা পূজালৈ(Durga Puja) মাজত মাথো কেইটামান দিন বাকী ৷ পূজা বুলিলেই মনলৈ আহে নতুন সাজ-পাৰৰ কথা ৷ কিন্তু এইবেলি গুৱাহাটী মহানগৰীৰ সাজ-পাৰৰ দোকানসমূহত নাই গ্ৰাহকৰ ভিৰ ৷ কৰ’ণা সৃষ্ট পৰিৱেশৰ বাবে গ্ৰাহকসকলক পূজাৰ বজাৰত নেদেখাৰ আশংকা কৰিছে বিক্ৰেতাসকলে ৷ বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ ব্যৱসায়ীসকলে 30-40 শতাংশহে নতুন কাপোৰ দোকানত মজুত ৰাখিছে ৷ শুনক বজাৰত গ্ৰাহকৰ অভাৱ সন্দৰ্ভত কি কয় বিক্ৰেতাসকলে...

Last Updated : Sep 30, 2021, 10:17 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.