বহিঃৰাজ্যত প্ৰতাৰণাৰ বলি অসমৰ খেলুৱৈ !

By

Published : Sep 8, 2021, 4:13 PM IST

thumbnail

বহিঃৰাজ্যত প্ৰতাৰণাৰ বলি হৈছে অসমৰ ১৬০ গৰাকী কিক বক্সিং খেলুৱৈ । অসমৰ এমেচাৰ কিকবক্সিং এছ'চিয়েচনৰ (Amature kickboxing association) বিৰুদ্ধে গুৰুতৰ অভিযোগ খেলুৱৈসকলৰ । অসমৰ ১৬০ গৰাকীকৈ খেলুৱৈয়ে আনিছে এই গুৰুতৰ অভিযোগ । যোৰহাটৰ ২০ গৰাকী খেলুৱৈও আছিল ১৬০ জনীয়া দলটোত । গোৱাত অনুষ্ঠিত এখন কিক বক্সিং প্ৰতিযোগিতাত প্ৰতাৰণাৰ অভিযোগ কিক বক্সিং সংস্থাটোৰ বিৰুদ্ধে । ১৬০ গৰাকী খেলুৱৈৰ পৰা ১২,০০০ টকাকৈ সংগ্ৰহ কৰাৰ পাছতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ গুৰুতৰ অভিযোগ সংস্থাটোৰ বিৰুদ্ধে । যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদ মেল যোগে ক্ষোভ উজাৰিলে খেলুৱৈ সকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.