Eviction at Jonai : জোনাইত মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Dec 5, 2021, 10:42 PM IST

thumbnail

জোনাই মহকুমা প্ৰশাসনে(Jonai subdivision administration) দেওবাৰে পুৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লগত লৈ জে চি বিৰে জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কুলি তিনিআলিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৩ কিলোমিটাৰ পৰ্যন্ত উচ্ছেদ অভিযান(Eviction drive at Jonai National Highway) চলায় ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ম অনুযায়ী ঘাইপথৰ মাজৰ পৰা ৭৫ ফুট ভিতৰত পৰা সকলো ব্যৱসায় প্ৰতিষ্ঠান তথা ঘৰৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় মহকুমা প্ৰশাসনে ৷ জোনাই ৰাজহ চক্ৰ বিষয়া, মণ্ডল আৰু আৰক্ষী-অৰ্ধসামৰিক বাহিনী উপস্থিতিত জোনাই মহকুমা প্ৰশাসনে এই উচ্ছেদ অভিযান(Jonai subdivision administration eviction drive) চলায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.