Assam Cabinet Meeting : চিকিৎসা মহাবিদ্যালয়কে ধৰি কি কি উপহাৰ পালে বঙাইগাঁওবাসীয়ে ?

By

Published : Nov 24, 2021, 8:50 PM IST

thumbnail

বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰা হয় (important decision in assam cabinet meeting) ৷ বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা বাবে 550 কোটি টকা NABARD ৰ পৰা অনুমোদন লাভ কৰিছে অসম চৰকাৰে ৷ তিনি বছৰৰ ভিতৰত বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব ৷ তদুপৰি বঙাইগাঁৱৰ নতুন উপায়ুক্ত কাৰ্যালয় নিৰ্মাণৰ বাবে 50 কোটি টকা আৱণ্টন কৰিছে অসম চৰকাৰে(Assam government allotment to Bongaigaon DC office) ৷ কেবিনেট বৈঠকৰ পাছতে জিলাৰ সামগ্ৰিক উন্নয়ৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.