কাছাৰ বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

By

Published : Sep 24, 2021, 8:23 AM IST

thumbnail

শিলচৰত কাছাৰ বন বিভাগ(Cachar Forest Department)ৰ অভিযানত জব্দ এটা কাঠফলা মেচিনৰ লগতে প্ৰায় এহেজাৰ চি এফ টি চেগুন কাঠ ৷ এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ এটা দলে কনকপুৰৰ আলতাব হুছেইন নামৰ এজন লোকৰ ঘৰত অভিযান চলাই চোৰাং কাঠখিনি জব্দ কৰে ৷ জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় 20 লাখ টকা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বৰ্তমানেও পলাতক অৱস্থাত আছে চোৰাং কাঠ ব্যৱসায়ী আলতাব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.