Poacher arrest:হোজাইত বন্দুকসহ আটক ৪ চোৰাং চিকাৰী

By

Published : Dec 30, 2021, 7:41 PM IST

thumbnail

ৰাজ্যত চোৰাং চিকাৰীৰ কাৰ্যকলাপ অব্যাহত আছে । ইয়াৰ মাজতে হোজাই জিলাৰ লামডিং বনাঞ্চলৰ পৰা আটক চাৰিটাকৈ চোৰাং চিকাৰী (Four poachers arrested from Lumding forest)। বন্দুকসহ চোৰাং চিকাৰীকেইটাক লামডিং বনাঞ্চলৰ উচ্ছেদিত অঞ্চল ঠাদংনলাৰ পৰা বনবিভাগে আটক কৰে । চোৰাং চিকাৰী কেইটা ক্ৰমে সঞ্জিত চাকমা নামৰ দুজন, শুক্ৰচাৰ্য্য চাকমা আৰু জয়বীৰ চাকমা । বৰ্তমান আটাইকেইটাকে লংকাৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত জেৰা চলাই থকা বুলি জানিব পৰা গৈছে । বন বিষয়াই জনোৱা মতে সেই অঞ্চলত কেইবাদিনো ধৰি চোৰাং চিকাৰীকেইটাই বাহৰ পাতি আছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.