যোৰহাটত NCC দ্বাৰা বীৰ নাৰীলৈ সন্মান প্ৰদান

By

Published : Feb 9, 2022, 2:09 PM IST

thumbnail

এন চি চিৰ যোৰহাট গোটৰ উদ্যোগত ৯ আৰু ৬৪ নং বেটেলিয়ানৰ সহযোগত বুধবাৰে যোৰহাটত বীৰ নাৰী তথা দেশৰ বাবে প্ৰাণ আহুতি দিয়া(Felicitation of brave women) জোৱানসকলৰ পত্নীক সন্মান জনোৱা হয়(Felicitation of brave women by NCC in Jorhat) ৷ যোৰহাট এন চি চি গ্ৰুপৰ কামাণ্ডাৰ ব্ৰিগেদিয়াৰ ৰাজীৱ কাপুৰে যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ মুঠ ১২ গৰাকী বীৰ নাৰীক সম্বৰ্ধনা জনাই উপহাৰ প্ৰদান কৰে ৷ এই অনুষ্ঠানতে যোৰহাটৰ চৰকাৰী বধিৰ বিদ্যালয়লৈ এন চি চিৰ তৰফৰ পৰা এটা ইনভাৰ্টাৰ চেট প্ৰদান কৰা হয় ৷ লগতে উক্ত অনুষ্ঠানত এন চি চিৰ কেডেটসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.