মৰিগাঁৱত মহাসপ্তমীত উখল-মাখল পূজা মণ্ডপ

By

Published : Oct 12, 2021, 9:44 PM IST

thumbnail

আজি মহাসপ্তমী । মহাসপ্তমীৰ উপলক্ষে মৰিগাঁও জিলাৰ ৯৪ খন কৈ পূজা মন্দিৰত মঙলবাৰে পুৱাৰ পৰা অব্যাহত আছে সপ্তমী পূজাৰ ৰীতি-নীতি । পুৱা আঠ বজাৰ পৰা সকলো ভক্তই মাৰ আৰ্শীবাদ ল’বলৈ ভিৰ কৰিছেহি পূজা মণ্ডপ সমূহত । দেৱী দুৰ্গাৰ শ্ৰী চৰণত সেৱা জনাই বছৰটোৰ কুশল মংগল কামনা কৰিছে সকলোৱে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.