বোকাখাতৰ কাক গোঁসানী থানত ভক্তৰ অভূতপূৰ্ব ভিৰ

By

Published : Oct 12, 2021, 10:42 PM IST

thumbnail

দুৰ্গা পূজাৰ মহাসপ্তমী উপলক্ষে বোকাখাতৰ শ্ৰীশ্ৰী কাক গোঁসানী (চাতনি) থানলৈ বৈছে ভক্তৰ সোঁত ৷ দেৱী দুৰ্গাৰ সপ্তমীবিহিত পূজা উপলক্ষে থানখনত দুশৰো অধিক হাঁহ, অৰ্ধ শতাধিক ছাগলী দেৱীৰ চৰণলৈ আগবঢ়ায় ভক্তসকলে । 1700 শতিকাত গদাধৰ সিংহই প্ৰতিষ্ঠা কৰা কাক গোঁসানী থানৰ মহত্ব জনবিদিত । অসমৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত এই থানখনলৈ প্ৰতি বছৰে দুৰ্গা পূজাত আগমন ঘটে হাজাৰ হাজাৰ ভক্তৰ । চৰকাৰে বান্ধি দিয়া ক’ভিড SOP পালন কৰি পৰিচালনা সমিতিয়ে পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.