নিচাৰ ৰাগীত অবাটে যুৱ প্ৰজন্ম...

By

Published : Sep 2, 2021, 6:53 PM IST

thumbnail

নিচাৰ ৰাগীত ৰাগিয়াল ৰাজ্যৰ একাংশ যুৱ প্ৰজন্ম ৷ সুবিধা লৈছে এটা বিশেষ চক্ৰই ৷ ৰাজ্যত মেলি দিছে নিচাৰ বৃহৎ বজাৰ ৷ অতি সংগোপনে অক্টোপাছৰ দৰে নৱ প্ৰজন্মক গিলিবলৈ ধৰিছে নিচাই ৷ ড্ৰাগছ উদ্ধাৰ কৰি অন্ত কৰিব পৰা নাই আৰক্ষীয়ে ৷ বাছ-ট্ৰাকৰ উপৰিও ব্যক্তিগত দুচকীয়া-চাৰিচকীয়া বাহনত অভিযান চলায়ো বহু কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষী ৷ কিন্তু আৰক্ষী যদি ডালে-ডালে, নিচাৰ ব্যৱসায়ী আকৌ পাতে পাতে ৷ আৰক্ষীয়ে যিহেতু বাহিৰৰ পৰা সৰবৰাহ হোৱা ড্ৰাগছসমূহ জব্দ কৰিবলৈ ধৰিছে, সেয়ে এইবাৰ একাংশই ঘৰতে কৰি ল’লে ভাঙৰ খেতি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.