খড়্গৰ লগতে দাহ হ’ল ড্ৰোণ;খোদ মুখ্যমন্ত্ৰীয়ে কৰিছিল ড্ৰোণ নিয়ন্ত্ৰণ

By

Published : Sep 22, 2021, 3:36 PM IST

thumbnail

বোকাখাতত চলি থকা গঁড়ৰ খড়্গ(Rhino Horn) দাহ প্ৰক্ৰিয়াত অঘটন ৷ হোম-যজ্ঞেৰে বৈদিকভাৱে গঁড়ৰ খড়্গ দাহন চলি থকাৰ মাজতে জ্বলি ভস্মীভূত হ’ল এখন ড্ৰোণ ৷ খড়্গ দাহ প্ৰক্ৰিয়াৰ সমগ্ৰ দৃশ্য বন্দী কৰাৰ সময়তে জুইত জাহ যায় ড্ৰোণখন ৷ ড্ৰোণখন জুইত জাহ যোৱাৰ দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ ড্ৰোণখন নিয়ন্ত্ৰণ কৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.