Drugs Burnt in Darrang: আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

By

Published : Dec 3, 2021, 3:27 PM IST

thumbnail

মঙলদৈৰ চেৰেং চাপৰিত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী (Police burnt drugs in Mangaldoi) ৷ বিগত তিনিবছৰে দৰঙ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া হয় শুকুৰবাৰে (Drugs seized by Darrang police)৷ আৰক্ষী অধীক্ষ সুশান্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২০১৮ চনৰ পৰা জিলাখনৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত জব্দ হোৱা গাঞ্জা ৪৫২ কিলোগ্ৰাম, ব্ৰাউন চুগাৰ 31 গ্ৰাম, হেৰ’ইন 7 গ্ৰাম, 425 গ্ৰাম, নেত্ৰচেক টেবলেট 1100 টা জ্বলাই নষ্ট কৰা হয় ৷ দৰং জিলাৰ ছখন থানাই জব্দ কৰিছিল এই নিচাযুক্ত সমূহ সামগ্ৰী (Darrang police anti drugs operation) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.