বিশ্ব নদী দিৱস উপলক্ষে চেভ ভৰলু মিছনৰ উদ্যোগত চাইকেল ৰেলী

By

Published : Sep 26, 2021, 10:11 PM IST

thumbnail

বিশ্ব নদী দিৱসৰ লগত সংগতি ৰাখি চেভ ভৰলু মিছনৰ উদ্যোগত সোমবাৰে মহানগৰীৰ জোনালীৰ পৰা ভৰলুমুখলৈ ভৰলুৰ পাৰে পাৰে বাহিৰ কৰা হয় এক চাইকেল ৰেলী ৷ চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ পুৱা 6 বজাত আৰম্ভ হোৱা চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে জি এম চি আয়ুক্ত দেবাশীষ শৰ্মাই ৷ সম্পূৰ্ণ কোভিড নীতি নিয়ম মানি এই চাইকেল ৰেলী উলিওৱা হয় ৷ এই ৰেলীৰ জড়িয়তে ভৰলুক প্ৰদূষণ কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.