IPL জুৱাৰী অশোক জৈন আৰু মনোজ জৈন ঘৰত অপৰাধ শাখাৰ অভিযান

By

Published : Oct 18, 2021, 6:40 PM IST

thumbnail

IPL জুৱাৰীৰ বিৰুদ্ধে মহানগৰীত অপৰাধ শাখাৰ অভিযান । সোমবাৰে ফাঁচী বজাৰৰ যোগাৰছ নামৰ বিপনি আৰু আঠগাঁৱৰ CR KUNJ ত অভিযান চলাই অপৰাধ শাখাই । পূৰ্বে গ্ৰেপ্তাৰ হোৱা দুই জুৱাৰীক লগত লৈ অপৰাধ শাখাই চলাই এই অভিযান । ৰাজেশ-দিপেশৰ স্বীকাৰোক্তিৰ ভিত্তিত অশোক জৈন আৰু মনোজ জৈন নামৰ দুই জোৱাৰীৰ বাসগৃহত অভিযান চলাই অপৰাধ শাখাই । অভিযানত অপৰাধ শাখাই ২৬ লাখ ৪০ হাজাৰ টকা জব্দ কৰাৰ লগতে কেইবাটাও মোবাইল ফোন, আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে । অশোক জৈন আৰু মনোজ জৈন বৰ্তমান পলাতক অৱস্থাত আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.