মুখ্যমন্ত্ৰীৰ সৈতে ছেল্ফি ল’বলৈ পূজাস্থলীত ক’ভিড প্ৰট’কল ভংগ ৰাইজৰ

By

Published : Oct 14, 2021, 9:27 AM IST

thumbnail

দুৰ্গা পূজা(Durga Puja) উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷ বুধবাৰে সন্ধিয়া মহাষ্টমীৰ শুভক্ষণত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ সবুজ সংঘ পূজা মণ্ডপত পূজা-অৰ্চনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে মুখ্যমন্ত্ৰী পূজা মণ্ডপত উপস্থিত হোৱাৰ লগে লগে ক’ভিড প্ৰট’কল(Covid Protocol) ভাঙি সাক্ষাৎ কৰাৰ চেষ্টা কৰে একাংশ লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.