Land grabbing allegation : খেতিয়কক মাৰপিট কৰি ভূমি বেদখলৰ চেষ্টাত লিপ্ত কংগ্ৰেছ নেতা !

By

Published : Feb 10, 2022, 8:42 AM IST

Updated : Feb 10, 2022, 9:45 AM IST

thumbnail

মঙলদৈ সমষ্টিৰ অন্তৰ্গত ধৰিয়াখাইটি চৰত প্ৰায় ২০০ বিঘাৰ অধিক ভূমিত বছৰ বছৰ ধৰি একাংশ স্থানীয় লোকে খেতি কৰি আহিছিল ৷ কিন্তু উক্ত কৃষিভূমিত বেদখল কৰাৰ বাবে উঠি পৰি লগাৰ অভিযোগ উত্থাপিত হৈছে দৰং জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি তথা মোৱামাৰী-পুঠিমাৰী জিলা পৰিষদৰ সদস্য শ্বেইখ আব্দুল্লাৰ বিৰুদ্ধে (Land grabbing allegation against congress leader in Darrang) । অভিযোগ অনুসৰি কংগ্ৰেছ নেতাজনে গুণ্ডা বাহিনী ব্যৱহাৰ কৰি খেতি চাবলৈ যোৱা এজন যুৱকক দা-লাঠীৰে গুৰুতৰভাৱে আহত কৰিছে ৷ সম্প্ৰতি যুৱকজন মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

Last Updated : Feb 10, 2022, 9:45 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.