কৰিমগঞ্জত নিৰ্বাচনী হিংসা
Published on: Mar 22, 2021, 11:26 AM IST

কৰিমগঞ্জৰ পাথাৰকান্দিত নিৰ্বাচনী হিংসা । কংগ্ৰেছ প্ৰাৰ্থী শচিন শাহুৰ বহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ। ন্যায়ৰ দাবীত বৈঠাখাল এলেকাত সমৰ্থকৰ সৈতে ঘাইপথত ধৰ্ণাত বহিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ।
Loading...