Tension in college election : মহাবিদ্যালয়ৰ নিৰ্বাচনকলৈ আছু-এবিভিপিৰ সংঘাত

By

Published : Dec 7, 2021, 9:30 PM IST

thumbnail

নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক হিংসা(Election fight in Barbhag college election)। অভিযোগ প্ৰতি অভিযোগত উত্তাল বৰভাগ মহাবিদ্যালয় ৷ ইয়াৰ মাজতে, আহত হ’ব লগীয়া হ’ল মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিকুঞ্জ শৰ্মা ৷ উল্লেখ্য যে, মঙলবাৰে মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ দিন আছিল । মনোনয় দাখিলক লৈ আছু আৰু এবিভিপি সদস্যৰ মাজত সৃষ্টি হয় খণ্ড যুদ্ধৰ(AASU ABVP fight) । এই ঘটনাক লৈ দুয়োটা পক্ষই কলেজৰ সম্মুখত ধৰ্ণা দি দিলে জিন্দাবাদ মুৰ্দাবাদ ধ্বনি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.