গৰুখুটিৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কেমেৰামেন বিজয় বনিয়াক

By

Published : Sep 23, 2021, 8:18 PM IST

Updated : Sep 23, 2021, 10:39 PM IST

thumbnail

দৰঙৰ গৰুখুটিৰ উচ্ছেদ অভিযানত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে প্ৰতিক্ৰিয়া ৷ আৰক্ষীক চৰকাৰে দিয়া দায়িত্ব আৰক্ষীয়ে পালন কৰাৰ কথা উল্লেখ কৰি আৰক্ষীৰ ওপৰত প্ৰতিবাতকাৰীয়ে আক্ৰমণ কৰাৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে ফটোগ্ৰাফাৰ বিজয় বনিয়াক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে । গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰিছিল বিজয় বনিয়াই। অৱশেষত আৰক্ষীয়ে আটক কৰিলে লোকজনক ৷ বিজয় বনিয়াৰ বৰ্বৰ আক্ৰমণৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত ৷

Last Updated : Sep 23, 2021, 10:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.