মাজুলীৰ পৰাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

By

Published : Sep 9, 2021, 10:33 PM IST

thumbnail

নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ পিছত অৱশেষত মাজুলীত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ মাজুলীত উপস্থিত হৈয়েই এই ঘটনাৰ সন্দৰ্ভত বিভিন্নজনৰ পৰামৰ্শ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ লগতে তেওঁ অনাগত সময়ত মাজুলীৰ পৰা চলিব লগীয়া ফেৰী সেৱা সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ ইয়াৰোপৰি নিমাতীঘাটৰ ঘটনাৰ অধিক তদন্ত হ’ব বুলিও সংবাদ মাধ্যমক অৱগত কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ জানো আহক মাজুলীত উপস্থিত হৈ কি মন্তব্য কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.