চিৰাঙৰ ঢালিগাঁৱত উদযাপন গুৰুজনাৰ 573 সংখ্যক জন্ম জয়ন্তী

By

Published : Oct 15, 2021, 10:27 PM IST

thumbnail

আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি । শংকৰ উৎসৱৰ লগত সংগতি ৰাখি চিৰাং জিলাৰ ঢালিগাঁও শোধনাগাৰ নামঘৰত নাম প্ৰসংগৰ লগতে এক ভাগৱত শোভা যাত্ৰাৰো আয়োজন কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.