বৰপেটা আৰক্ষীৰ অভিযানত উদ্ধাৰ চোৰাংভাৱে সৰবৰাহ কৰা ২০ টাকৈ গৰু

By

Published : Nov 6, 2021, 3:25 PM IST

thumbnail

দুখন বাহনত বৰপেটাৰ ভৈৰাগুৰিৰ পৰা গুৱাহাটীৰ কাহিলীপাৰালৈ গৈ থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে গহিয়াত উদ্ধাৰ কৰে চোৰাংভাৱে সৰবৰাহ কৰা ২০ টাকৈ গৰু ৷ ইয়াৰ লগতে গৰুৰ এই চোৰাং বেহাৰ লগত জড়িত 7 জনকৈ লোকক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন লোক কেইজন ক্ৰমে, বাৰেক আলী, তাইজুদ্দিন, নেকিবুৰ ৰহমান, চাহাবুদ্দিন আহমেদ, বাবুল আলী, জয়নাল আলী আৰু ফুলচান আলী ৷ গৰুৰ চোৰাং বেহাৰ লগত জড়িত চক্ৰটোৰ আনবোৰ সদস্যৰ সমগ্ৰ তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত কৰিছে বৰপেটা আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.