মাজুলীত ছাত্ৰৰ প্ৰতিবাদ সম্পৰ্কে মন্ত্ৰী বিমল বৰাৰ মন্তব্য

By

Published : Sep 9, 2021, 5:06 PM IST

thumbnail

নিমাতীঘাটৰ ঘটনাৰ পৰিণতিত বৃহস্পতিবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত প্ৰতিবাদত লিপ্ত হৈছিল আছু, মাজুলীৰ ৰাইজ আৰু মাজুলীৰ মহাবিদ্যালয় সমূহৰ ছাত্ৰ সমাজ ৷ এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰে আৰক্ষীয়ে ৷ অৱশ্যে, প্ৰতিবাদকাৰী সকলৰ সৈতে মাটিত বহি আলোচনাত মিলিত হোৱা দেখা গ’ল মন্ত্ৰী বিমল বৰাক ৷ ইায়াৰ পিছতে সংবাদ মাধ্যমৰ আগত কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মন্ত্ৰী বিমল বৰাই ৷ জানো আহক কি ক’লে মন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.