বৰাক উপত্যাকাৰ অসমীয়া মাধ্যমৰ স্কুলৰ সপক্ষে থিয় দিছে প্রদীপ দত্ত ৰয়

By

Published : Sep 13, 2021, 10:40 PM IST

thumbnail

বৰাক উপত্যকাৰ বিভিন্ন ঠাইত থকা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ ৰক্ষা কৰাৰ আহ্বান জনাইছে বৰাক ডেমক্রেটিক ফ্রন্টে । বৰাকত থকা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ ৰক্ষা কৰিবলৈ বৰাক ডেমোক্রেটিক ফ্রন্টে অসম সৰকাৰৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰিছে । বৰাকত থকা দহখন মান অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা সম্প্ৰতি বেয়া হৈ থকাৰ কথাও অৱগত কৰিছে সংগঠনটোৱে । অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণো চেষ্টা চলাই থকা চৰকাৰৰ এই ক্ষেত্ৰত দায়িত্ব থকাৰ কথাও দোহাৰিছে বৰাক ডেমক্রেটিক ফ্রন্টে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.