Drink and drive : ফু-মাৰি প্ৰমাণ দিয়ক মদ খাইছে নেকি আপুনি

By

Published : Dec 29, 2021, 8:38 PM IST

thumbnail

সুৰাপান কৰি বাহন চলোৱাতো অযুগুত (Drink and drive) ৷ যান-বাহন আইনে এই কথা সকলোকে সোঁৱৰাই দিয়ে ৷ কিন্তু এই কথা কিমানে মানি চলে ? সুৰাপান কৰি বাহন চলোৱাৰ ফলত বহুতেই দুৰ্ঘটনাত পতিত হৈ সাৱতি লয় মৃত্যুক (Accident for drink and drive) ৷ কিন্তু এতিয়াৰ পৰা আৰু নহ’ব ৷ মুখ্যমন্ত্ৰী কঠোৰ হৈছে ৷ বিশেষকৈ 31 ডিচেম্বৰৰ নিশা সুৰাসক্ত হৈ বাহন চলোৱা সকলক ৰোধিবলৈ পৰিবহন বিভাগৰ লগতে আৰক্ষীক দিছে নিৰ্দেশ (CM urges public not to drive after drink) ৷ ৰাজবাক্য পালন কৰি পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে কুচকাৱাজ ৷ প্ৰতি দিনে বিয়লি ভাগৰ পৰা নিশালৈ জিলাই জিলাই ৰাজপথত আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী ৷ ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰিছে প্ৰতিগৰাকী বাহন চালকক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.