শীতল মস্তিষ্কৰে গৰুখুটিৰ ঘটনা পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অখিল গগৈ

By

Published : Sep 25, 2021, 8:10 PM IST

thumbnail

গৰুখুটিত উচ্ছেদৰ সময়ত সৃষ্টি হোৱা ঘটনাই সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে । বিৰোধী দল সমূহে এই ঘটনাক লৈ শাসক দল বিজেপিৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা সময়তে থাওৰাত শনিবাৰে পুনৰ অখিল গগৈয়ে কয়, DC আৰু SP ক নহয়, হিমন্ত বিশ্ব শৰ্মাকহে গ্ৰেপ্তাৰ কৰিব লাগে এই ঘটনাৰ বাবে । ধৰ্মীয় মেৰুকৰণেৰে উপ-নিৰ্বাচনত হিন্দু আৰু মুছলমানৰ বিভেদ অনাৰ বাবে নাগপুৰ, RSS আৰু হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা পূৰ্ব পৰিকল্পিত ভাবে কৰিছে । লগতে কয়, অসমৰ ইতিহাসত হিমন্ত বিশ্ব আটাইতকৈ সম্প্ৰদায়িক ব্যক্তি হিচাপে ইতিহাসত লিপিবদ্ধ হ'ব । হিমন্ত বিশ্ব শৰ্মাই নিজে তেওঁৰ ভাতৃৰ জৰিয়তে এই হত্যকাণ্ড সংঘটিত কৰিছে ৷ গতিকে কংগ্ৰেছ বা ৰাইজৰ দলে দাবী কৰিলেও DC, SP ক অপসাৰণ নকৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.