কা' আইন বাতিলৰ দাবীত তিনিচুকীয়াত এজেপিৰ প্ৰতিবাদ

By

Published : Sep 14, 2021, 4:01 PM IST

thumbnail

অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে কা' আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ লগতে অসম চুক্তিৰ ৫ আৰু ৬ নং দফা ৰূপায়নৰ দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.