অগপ শক্তিশালী হোৱা মানে অসমৰ আঞ্চলিকতাবাদ শক্তিশালী হোৱা : অতুল বৰা

By

Published : Oct 14, 2021, 10:33 PM IST

thumbnail

1985 চনৰ আজিৰ দিনটোতে অসমৰ ৰাজনৈতিক জগতত নতুন আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে জন্ম গ্ৰহণ কৰিছিল । আজি সেই অসম গণ পৰিষদ নামেৰে প্ৰতিষ্ঠা লাভ কৰা দলটোৱে ৩৭ টা বছৰত ভৰি দিলে । বোকাখাত বিধান পৰিষদ সমিতিয়ে বোকাখাতৰ স্থায়ী ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে অগপৰ প্ৰতিষ্ঠা দিৱস । কাৰ্যসূচী অনুসৰি জিলাৰ সভাপতি জগত কলিতাই পতকা উত্তোলন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য জীবেশ্বৰ বৰাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.