ভ্ৰাম্যমান থিয়েটাৰৰ আখৰাৰ অনুমতিক লৈ কি ক’লে বৰষাৰাণীয়ে ?

By

Published : Sep 2, 2021, 11:50 AM IST

Updated : Sep 11, 2021, 12:48 PM IST

thumbnail

বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ(Covid) নতুন নীতি-নিৰ্দেশনা(SOP)ত ভ্ৰাম্যমান থিয়েটাৰৰ(Bhramyaman Theatre) আখৰা আৰম্ভ কৰা অনুমতি প্ৰদান কৰা হয় ৷ চৰকাৰৰ এই সিদ্ধান্ত আদৰণি জনায় ৰাজ্য শিল্পী সমাজৰ লগতে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই(Barsha Rani Bishaya) ৷ থিয়েটাৰৰ আখৰা আৰম্ভ কৰাৰ অনুমতি লাভ কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে অভিনেত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত আনন্দৰ অনুভৱ ব্যক্ত কৰে বৰষাই ৷ চাওক কি ক’লে অভিনেত্ৰীগৰাকীয়ে...

Last Updated : Sep 11, 2021, 12:48 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.