হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা এখন বিশেষ বিশ্বকৰ্মা পূজা

By

Published : Sep 17, 2021, 6:57 PM IST

thumbnail

যি সময়ত দেশ তথা ৰাজ্যৰ একাংশ লোক হিন্দু মুছলমানৰ নামত ৰাজনীতি তথা ভেদাভেদ কৰাত ব্যস্ত তেনে সময়তে নলবাৰীৰ মকিব আলীয়ে দাঙি ধৰিছে সম্প্ৰতিৰ অনন্য নিদৰ্শন ৷ বিগত 15 বছৰে মকিব আলীয়ে "মিঠু মটৰ গেৰেজ"ত অনুষ্ঠিত কৰি আহিছে বিশ্বকৰ্মা পূজা ৷ এইবেলিও মকিব আলীয়ে সম্পূৰ্ণ ক'ভিড নীতি নিয়মৰে পালন কৰা হৈছে বিশ্বকৰ্মা পূজা ৷ হিন্দু,মুছলমানৰ কোনো ভেদ ভাৱ নাৰাখি সকলো ধৰ্মাৱলম্বী গাড়ী মালিক সকলৰ লগতে গাড়ীৰ চালক হেণ্ডিমেন সকলে একত্ৰিত হৈ পুজা ভাগ আগবঢ়ায় ৷ সম্পূৰ্ণ হিন্দু ধৰ্মীয় নীতি নিয়মৰে পালন কৰা হয় এই পূজা ৷ য’ত সহযোগিতা আগবঢ়াইছে কেইবাগৰাকীও হিন্দু ধৰ্মৰ লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.