ডাকাৰ ৰেলীঃ ২৫ ছেকেণ্ডৰ ব্যৱধানত পৰাস্ত ষ্টেফন পিটাৰহাঞ্চেল

By

Published : Jan 4, 2021, 10:40 PM IST

thumbnail

চৌদি আৰৱৰ জেড্ডাৰ পৰা বিশ্বালৈকে ডাকাৰ ৰেলী কাৰ ৰেচৰ আৰম্ভণি পৰ্বত জয়লাভ কৰিবলৈ সক্ষম হয় কাৰ্ল‘ছ চাইঞ্জে ৷ য‘ত কাৰ্ল‘ছে ষ্টেফন পিটাৰহাঞ্চেলক ২৫ ছেকেণ্ডৰ ব্যৱধানত পৰাস্ত কৰে। মাৰ্টিন প্ৰকোপে প্ৰায় চাৰি মিনিটৰ ব্যৱধানত তৃত্বীয় স্থান লাভ কৰে। আনহাতে টবি প্ৰাইচে বাইকৰ ৰেচত প্ৰথম স্থানত জয়লাভ কৰে। বাইক ৰেচত কেভিন বেনাভিডছ আৰু মেথিয়াছ ৱাকনাৰে প্ৰায় আধা মিনিটৰ ব্যৱধানত দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত কৰে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.