বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উৎযাপন

By

Published : Sep 14, 2021, 7:09 PM IST

thumbnail

মঙলবাৰে পুৱাৰে পৰা নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ ৫১তম প্ৰতিষ্ঠা দিৱস উৎযাপন কৰা দেখা যায় ৷ উল্লেখযোগ্য যে, বহু কেইজন আৰক্ষী শ্বহীদৰ বীৰ গাঁথাৰে উদ্ভাসিত তথা সুদীৰ্ঘকাল অসমবাসীৰ জনহিতাৰ্থে সেৱা আগবঢ়াই আহিছে নৱম অসম আৰক্ষী বাহিনীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণৈ, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ লগতে বঢ়মপুৰৰ স্থানীয় ৰাইজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.