পিভি সিন্ধুৰ সৈতে নৈশ আহাৰ গ্ৰহণ ৰণবীৰ-দীপিকাৰ

By

Published : Sep 12, 2021, 11:53 AM IST

thumbnail

মুম্বাইত শনিবাৰে নিশা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৰ(PV Sindhu)ৰ সৈতে নৈশ আহাৰ গ্ৰহণৰ বাবে গৈ থকা সময়ত প্ৰত্যক্ষ কৰা হৈছে অভিনেত্ৰী দীপিকা পাডুকনক(Deepika Padukone) ৷ ৱৰ্লিৰ এখন ৰেষ্টুৰেণ্টত একেলগে দেখা গৈছে সিন্ধু-দীপিকাক ৷ ইয়াৰ পাচতে ৰণবীৰ সিঙে(Ranveer Singh) সংগ দিয়ে দুয়োকে ৷ চাওক এই ভিডিঅ’টি...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.