ETV Bharat special : ‘Welcome To Bajrangpur’ সন্দৰ্ভত কি ক’লে শ্ৰেয়াছ তালপাড়েই ?

By

Published : Jul 27, 2021, 8:38 PM IST

thumbnail

বলীউডৰ অভিনেতা শ্ৰেয়ছ তালপাড়ে (Shreyas Talpade)ই ৰূপালী পৰ্দাত মনোৰঞ্জনধৰ্মী ছবিৰে দৰ্শকক আকৰ্ষিত কৰি আহিছে ৷ তেওঁৰ আহিবলগীয়া ছবি ‘ৱেলকাম টু বজৰংপুৰ’ (Welcome To Bajrangpur) নহ’ব ইয়াৰ ব্যতিক্ৰম ৷ ইটিভি ভাৰত (ETV Bharat)ৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটি (Ramoji Film City)ত ছবিখনৰ দৃশ্যগ্ৰহণ কৰি থকা শ্ৰেয়ছে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰখনৰ বিষয়ে উল্লেখ কৰে ৷ লগতে বলীউডৰ আইকন (Icon), মেগাষ্টাৰ অমিতাভ বচ্চন (Amitabh Bachchan)ৰ প্ৰশংসা কৰে অভিনেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.